1. isbn 979-8-88572-646-7
Page 1
তেখেতৰ নাম নিত্যানন্দ
প্ৰৱীত প্ৰসূটিত অসমৰ আনন্দৰ জিলিকনি
Page 2
তেখেতৰ নাম নিত্যানন্দ
পৃথিৱীৰহত প্ৰস্ফুটিত অমৰ্যা ধুকৰ জিলিকনি
Nithyananda Vedic Science University Press
979-8-88572-646-7
Page 3
তেখেতৰ নাম নিত্যানন্দ
ভূমিকা
Page 4
তেখেতৰ নাম নিত্যানন্দ
আৰ্ভাৰ
অকণাচলৰ স্বগীয় আকৰ্ষণীয় আভা আৰু অকণাচলেশ্বৰৰ দিব্য শক্তিৰ প্ৰবেশত অকণাচলম আব্ লোকায়তিক দ্বিতীয় সত্তানবৰূপে নিত্যানন্দৰ জন্ম হয়।
পবিত্র অকণাচলগিবিয়ে সময়ে সময়ে জগতলৈ এনে দিব্য পুৰুষ দান দিছে— যি সকলে লাখ লোকক জীৱন দানব দ্বাৰা মুক্তিৰ সন্ধান দিছে। শেষত্রি স্বামী গল, ভগবান শ্রীমণ মহর্ষি, যোগী বামসুবত কুমাবৰ দবে মহান মনীষীসকল এই অকণাচলবে অৰ্পণ।
"পৃথিৱীত জন্মগ্রহণ কৰাৰ পূৰ্বেই প্রতি আত্মাই জানি বুজি সময়, স্থান, পিতৃকুল আৰু মিশ্রন নিৰ্ধাৰণ কৰি লয়।"
—নিত্যানন্দদেৱ।
শিশু অবস্থাত নিত্যানন্দৰ।
নিত্যানন্দৰ মাতৃয়ে দক্ষিণভাৰতৰ তীৰ্থপতি তীৰ্থ দৰ্শনলৈ যাওঁতে গম পালে যে তেওঁ ইতিমধ্যে দিতীয় সত্তানৰ বাবে অঙ্কস্হা হৈছে। আধ্যাত্মিক ক্ষেত্রৰূপে তীৰ্থরুনমল্লাই (দক্ষিণভাৰত) নামৰ পবিত্র স্থানত ১৯৭৪ চনৰ ১ জানুৱাবীত নিত্যানন্দৰ জন্ম হ'ল। জন্ম পত্রিকা মতে নাম বৰ্খা হ'ল বাজশেখৰন।
আভিজি
অকণাচল পবিত্র তিবি, শিবৰ পুনৰাবির্ভাৱস্থলী। এতিয়া সমগ্র পৃথিৱীৰ জ্ঞানাধীৰ আধ্যাত্মিক আকৰ্ষণ থলী।
Page 5
তেখেতৰ নাম নিত্যানন্দ
গোত্র পুৰোহিত
আজি
তোমাব ভবিষ্যৎ জানিবলৈ মোৰ কাৰণে নাথিকা। তাক নিৰ্মাণ কৰিবলৈ হ’লৈ মোৰ কাৰণে আহিকা। গ্ৰহদোষ সৱাব উপায় মই নিদিওঁ, বৰং শিকাম কেনেকৈ গ্ৰহৰ প্ৰভাৰ অতিক্ৰম কৰিব পাৰিবি।
নিত্যানন্দদেৱ
“মোৰ দেবত্ব প্ৰকাশ কৰা মোৰ মিশ্যন নহয়, মোৰ মিশ্যন হল তোমাব দেবত্ব প্ৰমাণ কৰা।”
নিত্যানন্দদেৱ
নিত্যানন্দৰ জন্ম পত্ৰিকা কৰিবলৈ লৈ গোত্র পুৰোহিত আচাৰিত হ’ল। কিয়নো নবজাতকৰ নক্ষত্র আৰু গ্ৰহ সমূহৰ অবস্থান আছিল অতীতপূৰ্ব। পুৰোহিতে পিতৃ-মাতৃক চমকপ্ৰদ ভৱিষ্যৱাণী শুনালে— এই নৰজাতক ৰাজসন্যাসী হ’ব। এনে এক ভৱিষ্যৱাণী কৰি পুৰোহিতে নিজকে ধন্য মানিলে আৰু জ্যোতিষ গণনা চিৰদিনলৈ এৱি দিলে।
যোগ আৰু প্ৰাৰ্থনা
শিক্ষক আৰু বান্ধৰ বঘুপতি যোগী
পিতৃ-মাতৃয়ে শিশু নিত্যানন্দৰ আধ্যাত্মিক জীৱনৰ আবশ্যি মাথো চাই থকাৰ বাহিবে উপায় নাছিল।
তিনি বছৰ বয়সতে নিত্যানন্দই যোগী বঘুপতিক লগ পায়। যোগীৰাজ বঘুপতি মহাবাজ আছিল এক ধনুৰ্ব গুণধৰ কঠিন আৰু সুদৃঢ় শৰীৰৰ অধিকাৰী, ভাবুক, তিৰ্বত আৰু ম্যানমাৰ (ব্ৰহ্মদেশ)ত কঠোৱ সাধনাৰ উপলব্ধ যোগৰ অভিকাৰী। এই যোগীৰে হ’ল শিশু নিত্যানন্দ গুৰু আৰু লগৰী। ভৱিষ্যৱাণী যোগীয়ে শিশু নিত্যানন্দৰ শৰীৰ আৰু মন যোগ শিক্ষাৰে নিপোটাল কৰি তুলিলে।
বঘুপতি যোগী
Page 6
তেখেতৰ নাম নিত্যানন্দ
পৰাশক্তি
(নারী কপত আদ্যাশক্তি)
পৰাশক্তিয়ে নিত্যানন্দব মানসচক্ষুত দৰ্শন দিলে।
(ওঁ ততালিকে তাব কাষ্ট পুতুলিকা তৈয়াৰ কবিলে (কাষৰ চিত্রত)
যোগ হ'ল মানুহ আৰু ভগবানৰ মিলন
প্রার্থনা হ'ল (ভাৱনাৰ)
অন্তিত্বব প্রতি পোনপটীয়া কৃতজ্ঞতা।
— নিত্যানন্দদেব
আজি
যোগগুৰু বৃহুপতিব পবা পোৱা
মহান শিক্ষণ প্রশিক্ষণক সুবীৰ
নিত্যানন্দদেৱে উক্ত নামৰ
"নিত্য-যোগ"ৰ প্রবর্তন কৰিছে। নিত্য-যোগ হ'ল যোগ বিজ্ঞান আৰু দিব্যানুভূতিব আহিল।
যোগী বৃহুপতিয়ে নিত্যানন্দক যোগৰ
নানা কৌশল আৰু অসাধাৰণ বিদ্যা শিক্ষালেও, লগতে কৈছিল যে এইবোৰ কিন্তু আধ্যাত্মিক উদগতিব পাথে নহয়, আৰু চৰম সত্যৰ উপলব্ধি এইবোৰৰ স্পৰ্শৰ ঊৰ্ধ্বত।
দেশে দেশান্তবে নিত্য-যোগৰ
বিস্তাৰব বাবে শিক্ষিত কৰি তোলা হৈছে যুবক-যুবতীৰ পবা 'নিত্য যোগাচার্য'।
যোগগুৰুত নিম্নত ১০ বছৰীয়া নিত্যানন্দ
(আমেৰিকান ফাইল ফটো)
যি মুলা বাঢ়ি তাব দুপাতীয়া ত চিন।
যোগীসকলে ১০ বছৰীয়া শিষ্যা নিত্যানন্দক চিনি পাইছিল।
"পতঞ্জলি যোগসূত্র"ৰ বিষয়ে ভাষণ দিবলৈ দিলে তিৱ্বতৰমণ্ডলাইত। প্রায় হাজাৰেক লোকে কিশোৰ যোগীজনৰ পৰা এই একক যোগসূত্রৰ ব্যাখ্যা তন্ময়তাবে শুনিলে।
Page 7
মূর্তি আৰু পূজা
পূজা 'মূৰ্তি'ব নহয়। পূজা 'মূৰ্তি'ব যোগেদি (ভগবানক)
— নিত্যানন্দদেৱ
নিত্যানন্দই ঘৰৰ পুজাখলীত অতি শ্রদ্ধাৰে এই পাঁচগৰাকী দেৱী দেৱতাক পূজা কৰে। তেওঁ যিহঁতক য'ত লগতে এই পাঁচ বিগ্রহ লৈ যায়।
গণেশ শিৱলিঙ্গ সৰ্ব্বমঙ্গলা লক্ষ্মী সর্ব্বদেৱ বিগ্রহ
আজি
পূজাৰ সামগ্রী আৰু দেৱ-দেৱীৰ মূৰ্তি
নিত্যানন্দ চেক্রেড আর্টচু প্রিজাৰ্ভেশন) হ'ল নিত্যানন্দ মিশনাৰ এক বিশেষ অংগ। ইয়াৰ যোগেদি 'ভাবতীয় মন্দিৰ পৰম্পৰা'ক মানৱ সমাজলৈ আগবঢ়োৱা হয়। পাঠৱ, ধাতু, কাঠ আৰু মাৰ্বলৰ দেৱমূৰ্তি, ডাৱিঙ গঠনৰ মন্দিৰ, কাঠত কটা দেৱতাৰ বাহন, মন্দিৰ- অলঙ্কাৰ আৰু বস্ত্রাভৰণ, পূজাৰ উপকৰণ সামগ্ৰা এই আটাইখিনিৰ নিত্যানন্দ দেৱৰ পৰিকল্পনাত নিৰ্দেশিত নিৰ্মাণ হ'য়। ভাৱতৰ বিভিন্ন স্থানৰ শিল্পী-কৱিকৰে তেওঁলোকৰ সর্ব্বশ্ৰেষ্ঠ কৰ্ম এই দৈৱকাৰ্য্যত বত' কৰি আছে।
নিত্যানন্দই নিজহাতেৰে মাটিৰে মূৰ্তি সাজিছিল ; শ্রদ্ধাৰে সেইবোবৰ পূজা কৰিছিল। নিত্যানন্দ আৰু তেওঁৰ বন্ধুগৰি উদ্যোগত হোৱা এনে উদ্যোগ- উন্সৱৰ মন্দিৰ নগৰী তিব্বতমালাই আৰু হ'য়াৰ উপকণ্ঠৰ গাঁওবোৰে দেখিছিল।
Page 8
তেখেতৰ নাম নিত্যানন্দ
Page 9
তেখেতৰ নাম নিত্যানন্দ
বেদান্ত আৰু তন্ত্র
বৈদিক বিশ্বাসে (মূর্তিৰ) সত্তা শক্তিশালী কৰে । ই মানসিক আৰু শাৰীৰিক শক্তিদ্বয়ক মহান ।
—নিত্যানন্দদেব ।
মাতৃ কুণ্ডাম্মল—অনুভূটক বল
প্রণয়োগিনী বিদ্যাধানন্দা দেবী মাতৃ কুণ্ডাম্মল আছিল নিত্যানন্দৰ শৈশৱকালৰ আধ্যাত্মিক প্রগতিক মন্ত্রদাত্ৰী আৰু পালনকত্ৰী । বহু বছৰ বয়সতে যোতিয়া নিত্যানন্দই আধ্যাত্মিক বিকাশ প্রদৰ্শিল আৰন্ত কৰে তেতিয়া মাতৃগৰাকী সন্ন্যাসমুখী পুত্রৰ পূর্ণত্ব লাভ । তেওঁ পুত্রৰ শাৰীৰিক, আবেগিক আৰু আধ্যাত্মিক দিশত প্রাবলিক প্রশিক্ষণ দিয় । (মাতৃয়ে পুত্রৰ ভবিষ্যৎ জীৱন অনুমান কৰিব পাৰিছিল ।)
কুণ্ডাম্মল আৰু নিত্যানন্দ
ইচাক্কি স্বামীগাল, আধ্যাত্মিক প্রেরণাদাতা
যুব নিত্যানন্দৰ বাবে প্রেরণাৰ মূল আছিল জ্ঞানী ইচাক্কি স্বামীগাল । তেখেতৰ উপবি আৰু ভাবেখিনি সাধুসন্তৰ সৈতে নিত্যানন্দৰ সাক্ষাৎ আৰু ভাবৰ বিনিময় হৈছিল । এই সাধুসন্তসকলৰ সাদৰ সম্ভাষণ-সবল সদানন্দ জীবনশীলিয়ে নিত্যানন্দৰ মন প্রাণ সেই মুহূৰ্তী কৰিছিল ।
ইচাক্কি স্বামী গাল
Page 10
তেখেতৰ নাম নিত্যানন্দ
আত্মপূজান (এখন উপনিষদ) হ'ল ইচাকি স্বামীগালৰ দান। এই গ্রন্থই নিত্যানন্দ পুথিগত শিক্ষা গ্রহণৰ বাবে আগ্রহী কৰি তোলে।
অলাই ছুৰাৰি
আত্মপূজান
সাচিপাতীয়া পুথি 'অলাই চুৰাৰি' খনত বৈদিক মন্ত্ৰাদি লিপিবদ্ধ আছিল। ইচাকি স্বামীগালে এই বিবল পুথিখন শিষ্য নিত্যানন্দক অৰ্পণ কৰে।
আজি
নিত্যানন্দ আশ্রমত কিশোৰ প্রচারচারীসকল আৰু ল'ৰা-ছোৱালীয়ে নিয়মিতকৈ গুরুকুলৰ বেদপাঠ কৰে। তেওঁ সুৱেবে বন্দা এই শিশুসকলে মানসিক উৎকর্ষ লাভ কৰিব।
যোগী বামসুৱত কুমাৰৰ সৈতে এক ইন্দিয়াতীত বন্ধন
যোগী বামসুৱত কুমাৰ উপাখ্যা বিচিবি স্বামীগাল আছিল এগৰাকী জনপ্রিয় মনীষী। তেখেতে তিৰুৱন্নামালাইৱ ভগবান শ্রীমন মহৰ্ষিৱ সমসাময়িক। তিৰুৱন্নামালাইত তেখেত জনাজাত আৰু জনসমাদৃত খ্যাতি আছিল। নিত্যানন্দ আছিল তেখেতৰ নিয়মিত দর্শনার্থী আৰু শ্রোতা।
তিৰুমূৰ্ত্তি (শ্রীমূৰ্তি) মন্দিৰৰ কাষৰ এটা ঘৰৰ নামনিত জাবৰ-জুথৰৰ মাজত এজন ভিক্ষাৰীৱ দৰে যোগী বামসুৱত কুমাৰ বহি থাকে। সেইখিনিতে মন্দিৰৰ ৰথখন বহা হয়। বাৰতবছৰ যোগী ভূত ভৱিষ্যতৰ কথা সোধে। স্কুলীয়া ছাত্র-ছাত্রীয়ে তেওঁলোকৰ পঢ়া-শুনা পৰীক্ষাৰ কথা সোধে। কদাচিতহে মানুহক তেওঁ উত্তৰ দিয়ে। স্কুলীয়া নিত্যানন্দই কৌতুহলবশতঃ সুধিলে তেওঁ সেইদিনাৰ পৰীক্ষাত উত্তীর্ণ হ'বনে? যোগীয়ে ততালিকে উত্তৰ দিলে, “বোপাটি, তুমি জীৱন পৰীক্ষাতে
Page 11
তেখেতৰ নাম নিত্যানন্দ
অন্নমালাই স্বামীগাল আৰু স্বয়ংকৃত আঘাত
সত্য আৱৰণৰ সাঁচতেই সত্য উপলদ্ধিৰ সঁচাব কাঠি।
— নিত্যানন্দদেৱ
অন্নমালাই স্বামীগাল আছিল ভগবান শ্রীৰমণ মহর্ষিৰ পোনপটীয়া শিষ্য। নিত্যানন্দই দহ বছৰমান নৱযৱস পৰা বনমব আশ্রমলৈ যোৱা কৰিছিল। তাত তেওঁ স্বামীগালৰ শিষ্যৰ লগত বহি সততে ধৰ্মীয় ব্যাখ্যান শুনিছিল। এই ব্যাখ্যানৰ অন্য এক আকৰ্ষণ আছিল যে ব্যাখ্যানৰ অন্তত সকলোকে লুজেনৰুটি দিয়া হৈছিল। এদিনাখন, অন্নমালাই স্বামীগালে, ‘মায়া’ সম্পর্কে ব্যাখ্যা দিওঁতে ক’লে, “দেহাতো আমি নহয় ; এই দেহাতো নিত্য নহয় ; আত্মাহে নিতা। কোনো দুখ-শোক কষ্টই আত্মাক চুব নোৱাৰে। আমি দুখ-কষ্টৰ উৰ্দ্ধত।”
অন্নমালাই স্বামীগাল
Page 12
তেখেতৰ নাম নিত্যানন্দ
অংকুৰ ভট্ট কলিতা (অসমীয়া বুক্ট্ৰষ্ট, কৰ্ণফুলী)
বৰ্ধনশীল বিবেকশক্তি
আজি
আজি নিত্যানন্দৰে হজাৰ হজাৰ লোকৰ বাবে প্ৰবণাদায়ী ব্যাক্তিত্ব। মহান গুৰু গদাধৰৰ সম্মুখত বহিবলৈ মানুহৰ কি প্ৰচণ্ড ভীষ আৰু আগ্রহ।।
"ধান হ'ল মুল চাবিকাঠি যি তোমাৰ সত্তাব দুৱাব মুকলি কৰিব পাবে"
—নিত্যানন্দদেৱ
আজি
অনন্য ধ্যান প্ৰগ্ৰামৰ মাধ্যমত নিত্যানন্দদেৱে প্ৰতিগৱাকী ব্যাক্তিক নিহিত ধ্যানীগৱাকীক পৰিচয় কৰে। তেখেতে প্ৰতিগৱাকী লোকৰ অন্তৰত (আনন্দৰ) ফুল ফুলায়।
Page 13
তেখেতৰ নাম নিত্যানন্দ
Page 14
তেখেতৰ নাম নিত্যানন্দ
হায়েনা আক্ৰমণৰ নাম
বিকট ভয়
নিত্যানন্দই অকণমান পাহাৰটো সাদায় পবিত্রমণ কৰিছিল। বোৱাৰী পূৰাতে (পুৱা ৪ বজা) তেওঁ পাদব্রজে তীৰ্নি চাবিখনটা পবিক্রমা কৰে ; লগতে তেওঁ গীত গাই যায় । এক অবোধ শিশুৱে মাকৰ কোলাত থকা দবে, নিত্যানন্দইয়ো বৰ্তমানৰ বুকুত আপোন পাহৰা হৈ অৰ্শাচালজীৱিব সৈতে ওমলি আনন্দ লাভ কৰে।
এদিনাখন তেওঁ, মাজ ৰাতিতে, গিবিপবিক্রমাব বাবে ওলাই গ'ল । সেইদিনতবাট-পথ নথকাৰ বাবেই নাই। লাইটৰ বাবস্থা নাছিল। এতিয়া আচিনি গছ-গছনিৰে ভৰা ডাঠ হাবিয়নি । তেওঁ এহিদবে আপোনমনে গীত গাই গৈ এখন নৈৰ পাৰ পালেগৈ । ইতিমধ্যে এজাক হায়েনা (কুকুৰ নেচাইয়া বাঘ দবে, কিষ্ট হিংস্ৰ) তেওঁৰ পিনে চোঁচা লৈছিলে। তল মুৱলৈকে গীত গাই গৈ থাকা নিত্যানন্দই, হঠাৎ ওচৰত হিচ্ হিচ্ শব্দ শুনি মুৰ তুলি চাই, এক বিকট চিঁএঁ মাৰিলে । ভয়তে মবা এই চিঁএঁৰটো ওলাইছিল তেওঁৰ 'স্বাধিস্থান চক্র' (Spleen energy centre) ৰ পৰা। জনে চিঁএঁ তেওঁ জীৰনত প্ৰথম মাৰিছিল । এই চিঁএঁটো আছিল অৰ্শাচালৱ ওচৰত
সম্পূর্ণ সমর্পণ আৰু অনন্ত বিশ্বাসত যে, এই প্ৰাণান্তক বিপদত, বক্ষাকৰ্তা কেবল অৰ্শাচাল।
হঠাতে, হাতত এডাল দপু লৈ এগৰাকী বয়সীয়া সন্ন্যাসী তেওঁৰ সম্মুখত তেওঁ দেখা পালে। সন্ন্যাসীজনে দপুডালোৰে হায়েনাব জাকটো খেদি পঠিয়ালে। বিপদৰ পৰা সাবি নিত্যানন্দই মুৰ তুলি চাই দেখে যে অচিনাকি লোক জনে নাই । তেওঁ তত ধৰিবকে নোৱাবিলে মানুহ গৰাকীৰ কোন আছিল, কৰ পৰা আহিছিল বা (এতিয়া) কৱিতেকে গ'ল?
সেইবিকট চিঁএঁটোৱে পিচত ; নিত্যানন্দই অনুভৰ কৰিলে যে তেওঁৰ দেহতো বহুত লাহি হৈ গৈছে। আকৌ তেওঁ বতাহত উৰ্ব দবে আগতকৈ অধিক খৰ খোজেবে তেওঁৰ পবিক্রমা পূর্ণ কৰিবলৈ আগবাঢ়িল।
(Primal Therapy এটা আধুনিক চিকিৎসা বিধান য'ত বিকট চিঁএঁৰব সহায়ত চেপা খাই থকা ক্ষোভাক ভাববোৰ নাশ কৰা হয় ।)
Page 15
তেখেতৰ নাম নিত্যানন্দ
পাঠশালা গমন— এক বৈমিত্তিক কার্য
যিকোনো কাম সনায়োজনেৰে কবিলে ধ্যান হয়। তেতিয়া জীবনটোৱেই হয় ধ্যানাত্মক!
—নিত্যানন্দদেৱ
পাঠশালা গমন— নিত্যানন্দৰ বাবে এক বৈমিত্তিক কার্যহে আছিল। তেওঁৰ পঢ়াৰ মুখ্য বিষয় বস্তু আছিল আৰু পদার্থবিদ্যা আছিল। কিন্তু তাব টোকাবহীত আছিল ‘মন্ত্র’ আৰু পূজাবিধি। কায়ব চিত্রত তেওঁৰ মন্ত্র ডায়েৰীব এখিলা পাত দিয়া হৈছে। তাত পূজা বিধিব চিত্রিত ৰূপহে আছে। এইখনৰেই এতিয়া তেখেতৰ শিষ্য বৰহই পূজা কৰে। সেই বম বয়সতে তেওঁ এই ঐশ্বৰিক মনোবৃত্তি এক আশ্চর্যব বিষয়।
নিত্যানন্দৰ পঢ়াশলীয়া বন্ধৰইতে তেওঁক জোকায়—“এইবোৱ (পূজা পাতল, ধ্যান) কৰি জীৱনত কিনো কৰিবলৈ? তেওঁ মাথো মিচিকিয়াই হাঁহি কয়, “হ'ব, সময়ত দেখিবলৈ নহয় ?”
টোকা বহী আৰু মন্ত্র ডায়েৰী
আজি
“মই সৰু থাকোঁতে সদায় এটুকুৰা ঠাই বিচাৰিছিলো য’ত মই অমায়া আনন্দৰ সতে পাব পাৰো। মই ইয়াৰ সন্ধানত সুদীৰ্ঘ ন বছৰ কটালো। কিন্তু নাপালো। যি পাইছিলো সি আছিল ক্ষণিক, তুচ্ছ। এতিয়া, জ্ঞানলাভৰ পিছত মই প্রথথমতে যুৰ সমাজকে তেনে এক স্থানৰ সন্ধান দিব বিচাৰিছো।
গুৰুকুল আৰু Life Bliss Technology প্রগ্ৰাম তাবে ফচল। ইয়াৰ যুৱবৰ্গই অসীম মাত্রাত অভয়ণ আৰু আৱিষ্কাৰ কৰিবলৈ শিকে। কাম নকৰাকে কেনেকৈ কাম কৰিব পাৰি, গভীৰ বিবেক শক্তিবে কেনেকৈ জীবনত অময়া আনন্দ পাব পাৰি, শিকে।”
—নিত্যানন্দদেৱ
Page 16
তেখেতৰ নাম নিত্যানন্দ
জীৱন অমৰা আনন্দ প্রযুক্তিবিদ্যা (Life Bliss Technology)
Page 17
তেখেতৰ নাম নিত্যানন্দ
পোহৰৰ সন্ধানত
আশ্রম হ'ল জনশক্তিৰ ক্ষেত্র, তাব প্রতিটো পথব যাত্রাই অন্তঃস্রোতবা।
- নিত্যানন্দদেব
গৃহত্যাগ
নিত্যানন্দৰ গৃহত্যাগৰ ইচ্ছা ক্রমান্বয়ে প্রবল হ'বলৈ ধৰিলে। এদিন নিশা সন্তর্পণে ঘৰ এৰিলে। এৰিলে চলি থকাৰ গতানুগতিক জীবনধাৰা, অবিলম্বে প্রবেশ কৰিলে তেওঁৰ ইচ্ছিত জীবনধাৰাত।
নিত্যানন্দই তেওঁৰ সিদ্ধান্তটো সাদৰে মাকক জনাব বিচাৰিছিল। তেওঁৰ মাৰুফক্তি আছিল অনুপম ; সেয়ে তেওঁ চাই আছিল যাতে তেওঁৰ গৃহত্যাগৰ ফলত মাতৃৰ মনব কষ্ট কৰি যিমানদূৰ পাৰি কম হয়। তেওঁ সেই নিশা দহমান বজাত মাতৃৰ কাষ চাপি সুধিলে, “মা মই মবিলে তুমি কি কৰিবা?” মাকে ক'লে, “তই নকি আপেদিয়া কৰা। ক চোন কি হৈছে?” নিত্যানন্দই উত্তৰ দিলে, বিশেষ এটা হোৰা নাই সুধি চলো আৰু” মাকে অলপ উৎসাহিত হৈ ক'লে, “মই নো কি কৰিব পাৰো ? যদি তেনে কিবা হয়, সহিবই লাগিব আৰু” তেতিয়া নিত্যানন্দই তেওঁ মনৰ কথা ক'লে। মাতৃ হৃদয় কান্দোনত ভাঙি পৰিল। দুখৰৱ চকুলো নিগৰি বৈ গ'ল। উঠুপি উঠুপি মাকে ক'লে, “মই জানিছিলোঁ, তই এদিন এৱি ঠৈ যাবিগৈ”
তেওঁ মাকক সুধিলে যে তেওঁ যোবাতো মাকে সঁচাকৈয়ে নিবিচাবে নেকি? এহেবেলি কিছুমান সৎহিতৈ মাকে ক'লে, “নাই, তেনো নহয়। মই জানো তই যাবি ; যা, তই মনে প্রাণে ইচ্ছা কৰা জীবনটোক লগৈ। মই তোক বাধিব নোৱাৰো আৰু তই যোবাতো মাক হৈ মই কেনেকৈ সহ্য কৰিম। সেয়ে কান্দিছোঁ বোপা।”
নিত্যানন্দই
ইচ্ছিত জীবনত বিধি পুত্র। কিন্তু দুয়ো নিজব স্থিতিত
মাতৃ হৃদয়ৰ কান্দোনৰ মোল বুজিলে। মাকে আৱু মুখতা, নিত্যানন্দ পথালি নিদিলে ; বৰং বিদায়হে দিলে। মাতৃৰ মহানতাত অভিভুত হ'ল বাহাল থাকিল।
Page 18
তেখেতৰ নাম নিত্যানন্দ
ভাবত আবু নেপাল পবিত্রযাত্রা
সকলো মগন তীর্থই সত্তা-এনাজিব আবাসস্থলী। তাত থাকিব পবাটোরেই এক গভীব ধ্যান (সদৃশ)।
অন্তৰত অসীম ইচ্ছা শক্তিয়ে নিত্যানন্দক ভাবত আবু নেপাল ভ্রমণত নমাই দিলে। হিমালয়ব তপোবনব পবা দক্ষিণব কন্যাকুমাবীলৈ, পশ্চিমব দ্বাবকব পবা পুব দিশব কলকাতালৈ তেওঁ পবিভ্রাজক (সাধুসন্তব ভ্রমণ) কৰোতে ন বছব কাল ত্রমণ কবি তেওঁব সত্তাব চুড়ান্ত সত্তাব সৈতে মিলি যোবাব অভিজ্ঞতা আহবণ কবিলে। মুঠ ত্রমণব প্রায় ৭০ হাজাব মাইলব কেই হাজাব মাইল তেওঁ পদব্ৰজে ত্রমণ কবিলে।
মহা-অবতাৰ বাবাজী
মহা অবতাৰ বাবাজী হিমালয় নিবাসী সন্ন্যাসী। পবিভ্রাজক নিত্যানন্দই হিমালয় ভ্রমণকালত বাবাজীব সন্ধান পায়। বাবাজীয়ে তেওঁক দর্শন দিয়ে আবু বার্তালাপব অন্তত তেওঁক ‘পবমহংস নিত্যানন্দ’ বুলি সম্ভোধন কৰে। পিচলৈ সেয়ে নিত্যানন্দব পবিচয়াত্মক অভিধা হয়।
আজি
নিত্যানন্দদেব সময়ে সময়ে তেওঁতব শিষ্যবৃন্দক লৈ হিমালয়লৈ আবু তীর্থস্থ উচ্চস্তবীয় আধ্যাত্মিক শিবিবলৈ যায়। এই আধ্যাত্মিক ত্রমণব যোগেদি তেখেতে প্রতিলোকব অন্তৰত উচ্চতম সত্তাব উপলদ্ধিব স্পৃহা জগায়।
২০০৭ চনত হিমালয় দৰ্শন
১৯
Page 19
তেখেতৰ নাম নিত্যানন্দ
পবিবাজক কালছোবাত নিত্যানন্দদেৰে এটা কমগুলুত পানী লয়। তাত প্রথমতে এই বদ্রাক্ষ পপুলামটো জুবুৰিয়াই পানীত থকা উৰ্জা (energy) জোখে। সেই মতে উপযুক্ত গণ্য কৰিলেহে পানী খায়।
তেওঁবৈতে এটী গোবৰা বস্তৰ বেগ লৈ ফুৱে। তাতে পবিত্ৰ ভষ্ম বাখে।
পবিবাজক কালছোবাত পিধা বদ্রাক্ষ মালাব গুটি কেইটামান
প্রথম আবোগ্য আশ্রয়
হিমালয়ৰ ১৭ হাজাৰ ফুট উচ্চত থকা তপোবনৰ পৰা এখন মিলিটৰী ট্ৰাকত উঠি নিত্যানন্দ তলৰ কেম্পলৈ নামি আহোঁতে ট্ৰাকখন এটা খালত সোমোৱাত লুটিটো খালে। তেওঁ উফফৈ দৈ লোহাত পবিল, হাড় ভাগিল। মিলিটৰী ডাক্তৰে তেওঁক হস্পিতেলত ভৰ্তি কৰাই পোন্ধৰ দিনৰ জিৰণিৰ উপদেশ দিলে । তেওঁ সেই উপদেশ নামানি, দুখ পোৱা ঠাইত নিজৰ হাত বুলাই দি নিজ পথবে গুটি গ’ল আৰু হবিধাব পালে। তাতে এনেকে কৰি দেখা গ’ল যে তেওঁৰ হাড় ভাঙিছিল চিন নাই । নিত্যানন্দ নিজেই আচৰিত হ’ল ! পিচত নিত্যানন্দৰ হাতৰ যাদুকৰী শক্তিয়ে হাজাৰজনক উপকৃত কৰিলে।
আজি
নিত্যানন্দদেৰে নিত্য স্পিবিচুৱেল হিলিং চার্ভিচ (Nithya Spiritual Healing Service) ৰ যোেগেদি এই আবোগ্য সেবা হাজাৰজনলৈ আগবঢ়াই আহিছে।
Page 20
তেখেতৰ নাম নিত্যানন্দ
মণিকৰ্ণিকা ঘাট, বাৰাণসী — মৃত্যু জয়
বাৰাণসীৰ গঙ্গাতীৰৰ মণিকৰ্ণিকা ঘাটক অতি পবিত্র গণ্য কৰা হয়। ইয়াতে শৱ দাহ কৰিলে আত্মাই মুক্তি পায় বুলি অন্তককালৰ পৰা বিশ্বাস চলি আহিছে। অন্য এক বিশ্বাস মতে শিৱই ইয়াব পৰা বিশ্বৰ সৃজন কৰিছিল।
'ইয়াতে গভীৰ ধ্যানত বহি নিত্যানন্দই 'মৃত্যু' অভিজ্ঞতা অর্জন কৰিলে। সাধাৰণ মানুহে সৱাতোকৈ অদ্ভুত ভয় কৰা (অথাৎ নিশ্চিত) মৃত্যুক তেওঁ জয় কৰিলে।
গঙ্গা তীৰত মণিকৰ্ণিকা ঘাট বাৰাণসী
সন্ন্যাসী জীৱনৰ পবিত্ৰতম কাপেবে ঘূৰি ঘূৰি শেহত ২২ বছৰ বয়সত নিত্যানন্দই সিদ্ধি লাভ কৰে। কাৰোবা চিত্ৰখন দিব্যজ্যোতি লাভ কৰাৰ পিছতে দেখা তেওঁৰ প্ৰথম চিত্ৰ। চকুত আৰু তিবিবণি শেষ হ'ল; তাৰ ঠাই ল'লে সাহিত্য পৱমশান্তি দুৰ্ঘটয়ে। জন্মপত্ৰ মতে অভিহিত বাজশেখৰণ এতিয়াৰ পৰা হ'ল 'পৱমহংস নিত্যানন্দ'।
আজি
নিত্যানন্দদেৱে কয় : 'আধ্যাত্মিক শ্ৰমত মানুহব আধ্যাত্মিক বিকাশত প্ৰচুৰ অভিহণা যোগায়।' প্ৰত্যহাৰ প্ৰশিক্ষণ কাৰ্যক্ৰমৰ অংশকপে তেখেতে অংগসাধনকাৰীসকলক ভিক্ষা খুজিবলৈ পঠিয়ায়। তেখেতে কয়, 'সন্ন্যাসীৰ ভিক্ষা গ্ৰহণ এক উপায়-আৱেদনিক ভাববোধৰ পৰা মুক্তি পোৱাৰ। ভিক্ষা খুজিলে ভিক্ষা পোৱাতো আনন্দ নাই;নাই নিৱানন্দ। নোপোৱাতো'
Page 21
তেখেতৰ নাম নিত্যানন্দ
দিব্যজ্ঞান লাভৰ আবন্তিৰ দিনচেৰেক
চৰাম সত্ৰৰ আদর্শ হাতৰ নিৰ্দেশত নিত্যানন্দৰ মধ্যপ্রদেশৰ ওম কাৰেশ্বৰৰ পৰা দক্ষিণ ভাৰতৰ তামিলনাডুলৈ পালেগৈ। তাতে কাৰেভী তীবত এটী পজাত আশ্ৰয় ল'লে। কাৰব গৰীব ভক্তবৃন্দই দিন বাতিব সিধা দিলে তাবেথেকে পেট প্ৰবৰ্তাই। বছতোৱা বোগীব বোগ নিবাময় কৰিলে। তেখেতে নিত্য হোম যজ্ঞ কৰাব উপৰিও সমূহীয়াকৈ বা স্বতন্ত্রভীকৈ লোকক ধ্যানৰ শিক্ষা দিলে। যুৱক সন্ন্যাসীব বোগ নিবাময় কৰাব কথা বন জুই বিয়পাদি বিয়পিল। জনসনাগাম দিন প্ৰতিদিন বাঢিবলৈ ল'লে। লগে লগে বাঢ়িল তেখেতৰ সেবাকার্য।
এটা সংকল্পনা (VISION) ৰ প্ৰস্ফুটন
"মই অময়া আনন্দলাভৰ এক উপায় উলিয়াইছো। মোৰ মিশন হ'ল প্ৰত্যেক ব্যক্তিজনক বজ্জক যে তেওঁ অন্যন আকৌ অসীম। আকৌ সেয় হ'ল তেওঁব আচল অময়া আনন্দ ।"
—নিত্যানন্দৰ
নিত্যানন্দদেবে অন্তৰ্দৃষ্টিবে তেখেতৰ হ'বলগীয়া আশ্রমব ভূমিখণ্ডৰ সন্ধান পাইছিল। বাঙালোৱৰ উপকণ্ঠত ৬০০ বছৰীয়া এজোপা বটবৃক্ষবে সমৃদ্ধ এই ভূমিখণ্ড, লোক সমাজত 'জীৰ সমাধি' নামেবে জনাজাত আছিল। কিয়নো এগৰাকী মহান পূৰুষৰ একালৰ আবাসস্থলী আছিল সেই ঠাই। নিত্যানন্দদেবৰ শত বিংশতি জন্মদিনৰ দিনাই বাঙালোৱৰ বিডিআৰ সেই ভুমিত "নিত্যানন্দ ধ্যানপীঠ"ৰ আনুষ্ঠানিক শুভাবন্ত হ'ল। এই শুভাবন্ত অনেক আধ্যাত্মিক সাধু আৰু বাজনৈতিক নেতাই দর্শন কৰিলে। পৃথিৱীত এক নবীন আধ্যাত্মিক আধাৰশিলা ৰোপণ হ'ল।
Page 22
তেখেতৰ নাম নিত্যানন্দ
Page 23
তেখেতৰ নাম নিত্যানন্দ
Life Bliss Foundation
'Life Bliss Foundation' হ'ল নিত্যানন্দৰ বিশ্বজোৰা আন্দোলন— ধ্যান আৰু পৰিবৰ্তন আৰু পৰিমাৰ্জনৰ। মাত্ৰ ২০০৩ চনত আৰম্ভ হোৱা এই ফাউণ্ডেশ্যনৰ বাৰ্তামানে ৩৩ দেশত ১০০০ অধিক কেন্দ্ৰ প্রতিষ্ঠা হৈ গৈছে। ব্যাক্তিৰ পৰিবৰ্তনেৰে সমষ্টিৰ পৰিবৰ্তনেই হ'ল এই ফাউণ্ডেশ্যনৰ মূল দাবণা।
নিত্যানন্দ মেডিটেশ্বন একাডেমী (Nithyananda Meditation Academy, NMA) য়ে বিশ্বজুৰি আধ্যাত্মিক গৱেষণাগাৰ ৰূপে চিহ্নিত হৈছে। ধ্যান আৰু বিজ্ঞানৰ সমন্বয়েৰে এই একাডেমীৰোবত মানুহৰ বাহ্য, আধ্যাত্মিক, দুয়ো প্ৰকাৰৰ সত্ত্বৰ বিকাশ আৰু উত্তৰিত উদ্দেশ্যেৰে এই একাডেমীৰ শিক্ষাক্ৰম বচনা কৰা হৈছে।
বিন্দুৱানী আশ্ৰমৰ পবিত্ৰ বটবৃক্ষজোপা
এই একাডেমীয়ে বস্তুবাদী জগত আৰু আধ্যাত্মিক জগতৰব মিলন ঘটাই এক অময়। আনন্দৰ জীৱনৰ সন্ধান দিয়ে— য'ত বচনাত্মক বোধশক্তি গভীৰ সজাগতাৰ পৰা উত্তৰব হয।
হায়দৰাবাদ আশ্ৰম (ভাৰত)
তদুপৰি বিশাল জনসমুদায়ৰ আশা আকাংক্ষা, কল্যাণকামী সকলৰ আৰ্থ আনেক নবীন প্ৰকল্প লোৱা হৈছে ; নিত্যানন্দই একাডেমী অনেক ঠাইত প্রতিষ্ঠা কৰা হৈছে।
কলম্বাচ আশ্ৰম, তাহাইটী, আামেবিকা
Page 24
তেখেতৰ নাম নিত্যানন্দ
আনন্দেশ্বৰ মন্দিৰ গৰ্ভগৃহ, বিনাদৰী আশ্রম
979-8-88572-646-7