Books / isbn 979-8-88572-646-7.pdf

1. isbn 979-8-88572-646-7.pdf

Page 1

Title: তেখেতৰ নাম নিত্যানন্দ

Subtitle: প্ৰীতিৱীত প্ৰস্ফূটিত অসমীয়া আনন্দৰ জিলিকণি

Page 2

Title: তেখেতৰ নাম নিত্যানন্দ

Subtitle: পৃথিৱীৰহত প্ৰস্ফুটিত অমৰ্যা ধুখৰ জিলিকনি

Publisher: Nithyananda Vedic Science University Press

ISBN: 979-8-88572-646-7

Page 3

Title: তেখেতৰ নাম নিত্যানন্দ

Publisher: পৰ্বতী খংগৰোবৰ প্ৰকাশন

Subtitle: ভূমিকা

Title: মানুহেৰাহিতক জগতখনত ভিহকে নিৰিচাৰক কিয়, তেওঁব চৰান্ত সন্ধান হ’ল আন্তঃ অময়া আনন্দ । জীৱনকালতে তেওঁ এই সন্ধানৰ ফল ভোগ কৰিব বিচাৰে। যেতিয়া তেওঁ এই সন্ধান বুজি উঠে, তেতিয়া তেওঁ নিজৰ উপলব্ধিৰ পিনে আগবঢ়াই সাজু হয়। প্ৰাচী হাজাৰ হাজাৰ অনে উপলব্ধি লাভা লোকৰ জন্ম দিছে, যিসকলে বিশ্বমানৱক এই একে পথেৰে আগবঢ়াই নিছে।

Title: "নিত্যানন্দ"— আধুনিককালৰ স্বীকৃত জ্ঞানপ্ৰাপ্ত এটিমনীষা। চহকী পাৰ্থিৱ পৰম্পৰাব মাজত জন্ম লোৱাসত্যাগৰী নিত্যানন্দই নিচেই কম বয়সতে পবাইযোগ, মন-দেহ আৰু সমাধান, ধ্যান, তপ্‌স্যা, বেদান্ত আৰুঅন্যান্য প্ৰাচা অধিবিদ্যাত মনোনিবেশ কৰিলে। জ্ঞানপ্ৰাপ্তিপূৰ্বে তেওঁ হাজাৰ হাজাৰ আন্তঃবিজ্ঞান প্ৰক্ৰিয়াব বিষয়েগৱেষণা কৰিলে।

Title: একান্ত মনেৰে লাগি জ্ঞানপ্ৰাপ্তিৰ লক্ষ্যত সাফল্য লভি,নিত্যানন্দ আজি বিশ্বৰ চতুৰ্দিশত অগণিত লোকৰ বাবে হৈপৱিল পুজ্য-দিব্যজ্ঞানী ব্যাক্তিত্ব। ধ্যান-প্ৰাপ্তিমোবৰ যোগেদিতেওঁ প্রতিগৰাকী ব্যাক্তিকে (জীৱন সমস্যাব) তাতক্ষণিকসমাধান আৰু আধ্যাত্মিক জ্ঞান প্ৰদান কৰে, আৰু আধ্যাত্মিকবৃদ্ধি।

Title: আজৰ যুৱসমাজক তেওঁতে দিছে নিজকে অধ্যয়নকৰাৰ আৰু উপলব্ধি কৰাৰ প্ৰচুৰ সন্তাবনা।নিত্যানন্দদেৰে এক মিশ্যনৰ গঢ় দিছে, যাব সহায়তে কোনজন লোকে নিজকে ওপৰলৈ টুলি, উচ্চতৰ সত্তাব

Title: সান্নিধ্য পাবলৈ পাৰে। তেওঁতৰ মিশ্যন হ’ল পৃথিৱীত আন্তঃঅময়ানন্দৰ বিজ্ঞানক প্ৰতিষ্ঠা কৰা। তেওঁতে মানুহক শিক্ষায়কেন্দ্ৰবে নৈজ ক্ষমতা খিনিক সদুপযোগ কৰিব তাৰে একজ্ঞানোপলব্ধি কৰিব পাৰি। তেওঁতে কয়, “আমি এখন জ্ঞানৰ দ্বীপ সমাজৰ সৃষ্টি কৰিব লাগে যাব, সত্যৰ প্রতি

Title: শক্তিশালী মুলৰুত বিশ্বাস থাকে।"বিজ্ঞান আৰু অধ্যাত্মবিদ্যাৰসংযোগ ঘটাবলৈ তেওঁতে বিশ্ব বিজ্ঞানীৰ সৈতে বিচাৰ বিতৰ্ককৰি আছে।

Title: এই পুস্তিকাত আছে নিত্যানন্দদেৰ দিব্যজ্ঞান প্ৰাপ্তৰদিশত পথ পবিত্রমা। তেওঁতৰ শদৰলীত পাঠকে সত্য বিষয়ক তেওঁতৰ মহান আভিজ্ঞতা সন্ত্ৰ পাব। ‘মহা মহাপুস্তকৰ চানেকিবে জীৱনৰ আমিও কৰিব পাৰো জীৱন গঠিত।’এগৰাকী মহাপুৰুষৰ জীৱনী অধ্যয়নে পাঠকৰ মনত উন্নতজীৱন, আধ্যাত্মিক জীৱনৰ বাসনা জন্মায়। এই পৃথিৱীৰএগৰাকী মহান মনীষীৰ উদ্দীপনাময় জীৱন কাহিনীৰ স্বাদলভেছেন।

Title: পুস্তিকাত পুৰুষম্বব উল্লেখ কৰোতে তেওঁতক কেবল‘নিত্যানন্দ’ আৰু ‘তেওঁ’ বুলি উল্লেখ কৰা হ’ব।

Title: (নিত্যানন্দদেৰ পূৰ্ণ জীৱনীৰ বাবে Nithyananda vol. I গ্ৰন্থখন পঢ়িব পাৰে। তাত তেওঁতৰ ১৭ বছৰবয়সলৈকে জীৱনগাথা লিখা আছে। পৰবৰ্তী খংগৰোব প্ৰকাশনপথাত।)

Page 4

Title: তেখেতৰ নাম নিত্যানন্দ

Subtitle: আবিৰ্ভাৱ

Title: অকণাচলৰ স্বৰ্গীয় আকৰ্ণলীয় আভা আৰু অকণাচলেশ্বৰৰ দিব্য শক্তিৰ প্ৰবেশত অকণাচলম আৰু লোকনায়কৰ দ্বিতীয় সন্তানৰূপে নিত্যানন্দৰ জন্ম হয়।

Subtitle: “পৃথিৱীত জন্মগ্ৰহণ কৰাৰ পূৰ্বেই প্ৰতি আত্মাই জানি বুজি সময়, স্থান, পিতৃকুল আৰু মিশ্ৰন নিৰ্ধাৰণ কৰি লয়।” ―নিত্যানন্দদেৱ।

Subtitle: শিশু অবস্থাত নিত্যানন্দদেৱ।

Title: পবিত্ৰ অকণাচলগিবিয়ে সময়ে সময়ে জগতলৈ এনে দিব্য পুৰুষ দান দিছে— যি সকলে লাখ লোকক জ্ঞান দানব দ্বাৰা মুক্তিৰ সন্ধান দিছে। শেষাত্ৰি স্বামী গল, ভগৱান শ্ৰীবমন মহৰ্ষি, যোগী বামসুত কুমাৰৰ দৰে মহান মনীষীসকল এই অকণাচলৰে অবদান।

Title: নিত্যানন্দৰ মাতৃয়ে দক্ষিণভাবতৰ তীৰ্থপতি তীৰ্থ দৰ্শনলৈ যাওঁতে গম পালে যে তেওঁ ইতিমধ্যে দ্বিতীয় সন্তানৰ অঙ্কস্হা হৈছে। আধ্যাত্মিক কেন্দ্ৰৰূপ তীৰ্থনামল্লাই (দক্ষিণভাবত) নামৰ পবিত্ৰ স্থানত ১৯৭৪ চনৰ ১ জানুৱাৰীত নিত্যানন্দৰ জন্ম হ’ল। জন্ম পত্ৰিকা মতে নাম বৰ্ণা হ’ল বাজশেখৰন।

Subtitle: আত্মা

Title: অকণাচলগিবি

Subtitle: অকাৰণ অৰ্থাৎ পবিত্ৰ গিৰি, শিবৰ পুনৰাবিৰ্ভাৱস্থলী। এতিয়া সমগ্ৰ পৃথিৱীৰ জ্ঞানাধাৰ আধ্যাত্মিক আকৰ্ষণ থলী।

Page 5

Title: তেখেতৰ নাম নিত্যানন্দ

Subtitle: গোত্র পুৰোহিত

Subtitle: আজি

Title: তোমাব ভৱিষ্যৎ জানিবলৈ মোৰ কাৰণে নাহিবা। তাক নিৰ্মাণ কৰিবলৈ হ'লে মোৰ কাৰণে আহিবা। গৃহদেৱ সৱাব উপায় মই নিদিওঁ, বৰং শিকাম কেনেকৈ গৃহৰ প্ৰৱাৰ অতিক্ৰম কৰিব পাৰিবি।

Title: — নিত্যানন্দদেৱ

Title: "মোৰ দেৱত্ব প্ৰকাশ কৰা মোৰ মিশ্‌ন নহয়, মোৰ মিশ্‌ন হ'ল তোমাৰ দেৱত্ব প্ৰমাণ কৰা।"

Title: — নিত্যানন্দদেৱ

Title: নিত্যানন্দৰ জন্ম পত্ৰিকা কৰিবলৈ লৈ গোত্র পুৰোহিত আচৰিত হ'ল। কিয়নো নৱজাতকৰ নক্ষত্র আৰু গ্ৰহ সমুহৰ অবস্থান আছিল অতীতপূৰ্ব। পুৰোহিতে পিতৃ-মাতৃক চমকপ্ৰদ ভৱিষ্যৱাণী শুনালে— এই নৱজাতক ৰাজসন্ন্যাসী হ'ব। এনে এক ভৱিষ্যৱাণী কৰি পুৰোহিতে নিজকে ধন্য মানিলে আৰু জ্যোতিষ গণনা চিৰদিনলৈ এবি দিলে।

Subtitle: যোগ আৰু প্ৰাৰ্থনা

Subtitle: শিক্ষক আৰু বান্ধৰ ৰঘুপতি যোগী

Title: পিতৃ-মাতৃয়ে শিশু নিত্যানন্দৰ আধ্যাত্মিক জীৱনৰ আবশ্যি মাথো চাই থকাৰ বাহিৰে উপায় নাছিল। তিনি বছৰ বয়সতে নিত্যানন্দই যোগী ৰঘুপতিক লগ পায়। যোগীবাজ বঘুপতি মহাবাজ আছিল এক ধনুৰ্ব দবে কঠিন আৰু সুদৃঢ় শৰীৰৰ অধিকাৰী, ভাবত, তিব্বত আৰু ম্যানমাৰ (ব্ৰুকাদেশ)ত কঠোব সাধনাৰ উপলব্ধ যোগৰ অভিকাৰী। এই যোগীৰে হ'ল শিশু নিত্যানন্দ গুৰু আৰু লগৰী। ভৱিষ্যৱাণী যোগীয়ে শিশু নিত্যানন্দৰ শৰীৰ আৰু মন যোগ শিক্ষাৰে নিপোটাল কৰি তুলিলে।

Subtitle: ৰঘুপতি যোগী

Page 6

Title: তেখেতৰ নাম নিত্যানন্দ

Publisher: পৱাশক্তি

Title: তেখেতৰ নাম নিত্যানন্দ

Publisher: Parashakti

Title: যোগ হ'ল মানুহ আৰু ভগবানৰ মিলন প্রার্থনা হ'ল (ভাৱনাৰ)অন্তিত্বব প্রতি পোনপটীয়া কৃতজ্ঞতা।

Subtitle: — নিত্যানন্দদেৱ

Title: যোগী বৃহুপতিয়ে নিত্যানন্দক যোগৰ নানা কৌশল আৰু অসাধাৰণ বিদ্যা শিকালে।ও লগতে কৈছিল যে এইবোৰ কিন্তু আধ্যাত্মিক উদগতিব পাথে নয়, আৰু চৰম সত্যব উপলব্ধি এইবোৰৰ স্পর্শৰ ঊৰ্ধ্বত।

Title: যোগগুৰুক বৃহুপতিব পবা পোৱা মহান শিক্ষণ প্রশিক্ষণক সুবীব নিত্যানন্দদেৱে উক্ত নামত “নিত্য-যোগ”ৰ প্রবর্তন কৰিছে। নিত্য-যোগ হ'ল যোগ বিজ্ঞান আৰু দিব্যানুভূতিব আহিল।

Title: দেশে দেশান্তৰে নিত্য-যোগৰ বিস্তাৰ বাবে শিক্ষিত কবি তোলা হৈছে যুৱক-যুৱতীৰ পবা 'নিত্য যোগাচাৰ্য'।

Title: যোগগুৰুত নিম্নত ১০ বছৰীয়া নিত্যানন্দ (আবুণিৰ ফাইল ফটো)

Title: যি মূৰ্ত্তা বাৰিত তাৰ দুপৰীয়াতে চিন। যোগীৰে ১০ বছৰীয়া শিষ্যা নিত্যানন্দক

Title: “পতঞ্জলি যোগসূত্র”ৰ বিষয়ে ভাষণ দিবলৈ দিলে তিৱ্বতৰমল্লাইট। প্রায় হাজাৰেক লোকে কিশোৰ যোগীজনৰ পবা এই একক যোগসূত্রৰ ব্যাখ্যা তন্ময়তাবে শুনিলে।

Page 7

Title: মূৰ্তি আৰু পূজা

Publisher: নিত্যানন্দ চেক্ৰেড আর্টচ্ প্রিজার্ভেশন

Subtitle: পূজা 'মূৰ্তি'ব নহয়। পূজা 'মূৰ্তি'ব যোগেদি (ভগবানক)

Subtitle: —নিত্যানন্দৰ

Subtitle: নিত্যানন্দই ঘৰব পুজাখলীত অতি শ্রদ্ধাৰে এই পাঁচগবাকী দেৱী দেবতাব পূজা কৰিব। তেওঁ যিহেতুকে যায় লগতে এই পাচ বিগ্রহ লৈ যায়।

Subtitle: গণেশ শিবলিঙ্গ সবস্বতী লক্ষ্মী। সর্বদেৱৰ বিগ্রহ

Subtitle: আজি

Subtitle: নিত্যানন্দ চেক্ৰেণ্ড আর্টচ্ প্রিজার্ভেশন) হ'ল নিত্যানন্দ মিশনৰ এক বিখ্যাত অংগ। ইয়াব যোগেদি 'ভাবতীয় মন্দিৰ পৰম্পৰা'ক মানৰ সমাজলৈ আগবঢ়োৱা হয়। পাথৰ, ধাতু, কাঠ আৰু মাটিব দেবমূৰ্তি, ড্ৰাইড গঠনব মন্দিৰ, কাঠত কটা দেবতাব বাহন, মন্দিৰ-অলংকাৰ আৰু বস্ত্ৰাভৰণ, পূজাব উপকৰণ সামগ্ৰী এই আটাইবোৰ নিত্যানন্দ দেৰৱ পোনপটীয়া নিৰ্দেশিত নিৰ্মাণ হয়। ভাবতৰৰ বিভিন্ন স্থানৰ শিল্পী-কৰ্মীৰে তেওঁলোকৰ সর্বস্বাপণ কৰি এই দৈৱকাৰ্য্যত ব্ৰত হৈ আছে।

Subtitle: পূজাব সামগ্ৰী আৰু দেৱ-দেৱীৰ মূৰ্তি

Subtitle: নিত্যানন্দই নিজহাতেৰে মাটিৰে মূৰ্তি সাজিৰিল ; শ্রদ্ধাৰে সেইবোবৰ পূজা কৰিছিল। নিত্যানন্দ আৰু তেওঁৰ বংশধৰগৰী উদ্যোগত হোৱা এনে উদ্যোগ- উৎসৱৰ মন্দিৰ নগৰী তিৱৰয়মালাই আৰু হ'য়াৰ উপকণ্ঠৰ গাওঁবোৰে দেখিছিল।

Page 8

Title: তেখেতৰ নাম নিত্যানন্দ

Title: গণেশে খায়

Title: নিত্যানই গণেশদেৱতাক প্ৰতিদিন আহাৰ অপৰ্ণ কৰে। তেওঁ গণেশ দেৱতাক দিয়া অন্য গণেশক খাবলৈ খাটনি ধৰে, কেতিয়াবা খং কৰি খাবলৈ কোৱে। কিশোৰৰ নিত্যানন্দই শুনিছিল যে আগৰ দিনত কোনোবা এজন ল’ৰাই প্ৰসাদ দেৱতাই সিঁচাৰ্তিকে খাইছিল। সেয়ে নিত্যানন্দয়ো ভাবিলে যে তেওঁ গণেশ দেৱতাক প্ৰসাদ খুৱাব। পিচত তেওঁ অনুনয় বিনয় অথবা খং বাৱ এৰি, গণেশে নোখোৱালৈকে নিজে নোখোৱাৰ সিদ্ধান্ত ল’লে। এদিন গ’ল, দুদিন গ’ল। নিত্যানন্দৰ নিমিষো উপবাস। ভৃতীয়া দিনা দেখা গ’ল যে অন্য পাত্ৰ উদৰ। কিশোৰ নিত্যানন্দৰ আনন্দৰ পাৰ নোহোৱা হ’ল, তেওঁ সমপৰ্ণৰ শক্তি উপলদ্ধি কৰিলে, তেওঁৰ বিশ্বাস গাঢ় হ’ল।

Title: ১২ বছৰীয়া নিত্যানন্দই অকস্মাতে লেখা-মন্দিৰৰ পাৰ্শ্বতে দেৱীৰ বেদীব কায়ত বহি থাকোতে এক দিব্য মূৰ্ত্তি তেওঁৰ মানস পটত ভাসিহ উঠিল তেওঁ এখন

Title: আজি তামৰ ফলি লৈ গজালেবে সেই সমপুথিৰৰ নানা ঠাইত দিবামুৰ্ত্তি, ফলিখনত অংকণ কৰি উলিয়ালে। সেই অংকণ হ’ল ‘শ্ৰীচক্ৰ’— যাক বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিভূ বুলি ধৰা হয়।

Title: শ্ৰীচক্ৰ

Title: “যদি বিষয়বোধ সুগম হয় তেন্তে এনে কাৰ্য সহজ। ইয়াৰ ন টা ত্ৰিভুজ আছে, সিহঁতক বিশ্ব ব্ৰহ্মাণ্ডৰ ইটোৱে সিটোৰ ওপৰত জাপি দিয়া হৈছে মাথোন।”

Title: সেই নিত্যানন্দদেৱে নিৰ্ম্মাণ কৰা মন্দিৰবোৰত মহান পূজা অৰ্চনা অনুষ্ঠিত হয়। পূজাব মূল তত্ত্বটো হ’ল যে এই হ’ল এক বিশ্বয়কৰ আধ্যাত্মিক উপায়— চিবসত্তা সত্ত্বৰ সৈতে সমাহিত হ’বলৈ।

Title: ল’ছ এজিলিচ আশ্ৰমৰ মন্দিৰত শ্ৰী বিদ্যা পূজাৰব্যন্ত পূজাচাৰ্য্য

Title: অনেক কুশলী কৰ্মীকৰে এই অসাধ্য চিত্ৰ তেওঁলোকে নিপুণ খোদিত কৰিলে সোধাত নিত্যানন্দদেৱে কৈছিল,

Page 9

Title: তেখেতৰ নাম নিত্যানন্দ

Publisher: বেদান্ত আৰু তন্ত্র

Title: বৈদিক বিশ্বাসে (মতুহ) সন্মত শক্তিশালী কবে । ই মানসিক আৰু শাৰীৰিক শক্তিদ্বয়ক মহান ।

Subtitle: —নিত্যানন্দদেব ।

Title: মাতৃ কৃপাম্মল— অনুভূটক বল

Title: ব্রহ্মযোগিনী বিধধানন্দা দেৱী মাতৃ কৃপাম্মল আছিল নিত্যানন্দৰ শৈশৱকালৰ আধ্যাত্মিক প্ৰগতিব মন্ত্রদাত্ৰী আৰু পালনকৰ্তী । বয়স বাঢ়ি অহতে যেতিয়া নিত্যানন্দ আধ্যাত্মিক বিকাশ চর্চাত মনোনিবেশ কৰে তেতিয়া মাতৃগৃহলৈ সন্যাসমুখী পুত্ৰৰ পূর্ণত্ব লাভ । তেতিয়ো পুত্ৰৰ শাৰীৰিক, আৱেগিক আৰু আধ্যাত্মিক দিশৰ প্ৰায়বিক প্ৰশিক্ষণ দিয়ে ।

Subtitle: (মাতৃয়ে পুত্ৰৰ ভবিষ্যৎ জীৱন অনুমান কৰিব পাৰিছিল ।)

Publisher: কৃপা অম্মল আৰু নিত্যানন্দ

Title: ইচাকি স্বামীগাল, আধ্যাত্মিক প্ৰৱণাদাতা

Title: যুব নিত্যানন্দৰ বাবে প্ৰৱণাৰ মূল আছিল জ্ঞানী ইচাকি স্বামীগাল । তেখেতৰ উপবীত ভালে খিনি সাধুসন্তৰ সৈতে নিত্যানন্দৰ সাক্ষাৎ আৰু ভাব বিনিময় হৈছিল । এই সাধুসন্তসকলৰ সাদৰ সম্ভাষণ সহজ-সৰল সদানন্দ জীৱনশৈলীৰে নিত্যানন্দৰ মন প্ৰাণ সেই মুহূৰ্ত্তি কৰিছিল ।

Subtitle: ইচাকি স্বামী গাল

Page 10

Title: তেখেতৰ নাম নিত্যানন্দ

Publisher: আত্মপুৱাণ (এখন উপনিষাদ) হ'ল ইচাকি স্বামীগালৰ দান। এই গ্রন্থই নিত্যানন্দক পুথিগত শিক্ষা গ্রহণৰ বাবে আগ্রহী কৰি তোলে।

Title: অলাই চুবাডি

Title: আত্মপুৱাণ

Publisher: সাঁচিপাতীয়া পুথি 'অলাই চুবাডি' খনত বৈদিক মন্তাদি লিপিবদ্ধ আছিল। ইচাকি স্বামীগালে এই বিবল পুথিখন শিষ্য নিত্যানন্দক অৰ্পণ কৰে।

Title: আজি

Publisher: নিত্যানন্দ আশ্রমত কিশোৰ প্রদ্ধাচারীসকল আৰু ল'ৰা-ছোৱালীয়ে নিয়মিতকৈ গুরুকুলৰ বেদপাঠ কৰে। তেওঁৰ সুযোগ্য বন্দা এই শিশুসকলে মানসিক উৎকর্ষ লাভ কৰে।

Title: যোগী বামসুৰত কুমাৰৰ সৈতে এক ইন্দিয়াতীত বন্ধন

Publisher: যোগী বামসুৰত কুমাৰ উপাখ্যা বিচিবি স্বামীগাল আছিল এগৰাকী জনপ্রিয় মনীষী। তেখেতে তিব্বতৰমালাইত ভগবান শ্রীমন মহর্ষিৰ সমসাময়িক। তিব্বতৰমালাইত তেখেত জনাজাত আৰু জনসমাদৃত খ্যাতি আছিল। নিত্যানন্দ আছিল তেখেতৰ নিয়মিত দর্শনার্থী আৰু শ্রোতা। তিব্বতৰ (শ্রীমতি) মনিদবৰ কাৱৰ এটা য'ৰব নামনিত জাবৰ-জোথৰৰ মাজত এজন ভিক্ষাবীৰ দৰে যোগী বামসুৰত কুমাৰ বহি থাকে। সেইখনিতে মনিদবৰ ব'খন বহুতো ব্যাধিৰব কথা সোধে। স্কুলীয়া ছাত্র-ছাত্রীয়ে তেওঁলোকৰ পঢ়া-শুনা পৰীক্ষাৰ কথা সোধে। কদাচিতহে মানুহক তেওঁ উৎসৱ দিয়ে। স্কুলীয়া নিত্যানন্দই কৌতুহলবশতঃ সুধিলে তেওঁ সেইদিনাৰ পৰীক্ষাত উত্তীর্ণ হ'বনে? যোগীয়ে ততালিকে উৎসৰ দিলে, “বোপাটি, তুমি জীবন পৰীক্ষাতে

Page 11

Title: অন্নমালই স্বামীগাল আৰু স্বয়ংকৃত আঘাত

Title: সত্য অভেদনৰ সাধনেই সত্য উপলদ্ধিৰ সঁচাব কাঠি।

Title: নিত্যানন্দদেৱ।

Title: অন্নমালই স্বামীগাল আছিল ভগবান শ্রীকৃষ্ণ মহৰ্ষিৰ পোনপটীয়া শিষ্য। নিত্যানন্দই দহ বছৰমান ভয়সব পৰা বনত আছ্রমলৈ যোৰা কৰিছিল। তেওঁ স্বামীগালৰ শিষ্যৰ লগত বহি সততে ধৰ্মীয় ব্যাখ্যান শুনিছিল। এই ব্যাখ্যানব অন্য এক আকৰ্ষণ আছিল যে ব্যাখ্যানৰ অন্তত সকলোকে লুজেনগুটি দিয়া হৈছিল।

Title: এদিনাখন, অন্নমালই স্বামীগালে, ‘মায়া’ সম্পর্কে ব্যাখ্যা দিওঁতে ক’লে, “দেহাটো আমি নহয় ; এই দেহাটো নিত্য নহয় ; আত্মাহে নিত্যা। কোনো দুখ-শোক কষ্টই আত্মাক চুব নোৱাৰে। আমি দুখ-কষ্টৰ উৰ্দ্ধত।”

Title: অন্নমালই স্বামীগাল

Page 12

Title: তেখেতৰ নাম নিত্যানন্দ

Publisher: অংকুৰ ভট্ট কৰ্ণাট (অসমীয়া বুক্‌ছ)

Title: বৰ্ধনশীল বিবেকশক্তি

Title: "ধান হ'ল মুল চাবিকাঠি যি তোমাব সত্তাব দুবাব মুকলি কবিব পাবে"

Subtitle: —নিত্যানন্দদেব

Title: আজি

Title: আজি

Title: আজি নিত্যানন্দদেবৰ কাজৰি কাজৰি লোকৰ বাবে প্ৰবণাদায়ী ব্যাক্তিত্ব। মহান গুৰু গৱাকীৰ সমুখত বহিবলৈ মানুহৰ কি প্ৰচণ্ড ভীষ আৰু আগ্রহ।।

Title: অন্যান্য ধ্যান প্ৰগ্ৰামৰ মাধ্যমে নিত্যানন্দদেৱে প্ৰতিগবাকী ব্যক্তিক নিহিত ধ্যানীগবাকীক পবিচয় কৰে। তেখেতে প্ৰতিগবাকী লোকৰ অন্তৰত (আনন্দৰ) ফুল ফুলায়।

Title: এই প্ৰবচন শুনি নিত্যানন্দ ঘৰবলৈ আহিল আৰু এখন কটাবিবে নিজৰ সৌকবণত কাটি চালে - দেখা পায় নেপায় ? প্ৰচণ্ড বিষয় তেওঁ কান্দিবলৈ ধৰিলে, মাকে ডাঙৰৰ ভালে নি কেইবাটাও চিলাই কবি ভেজ মেৰা বন্ধ কবিলে। তেওঁ পিচদিনা অলমালাই স্বামীগালৰ ওচৰ পাই, ঘটনাটো কৈ স্বামীগালব পবা সমিধান বিচাবিলে। স্বামীগালে উঠ্ব দিলে, "তোমাব বিষ নাইকিয়া হ'ব। মই তোমাক তাব শিক্ষা দিম। তোমাব সত্য আবিষ্ণৰব যি দুৰ্দান্ত সাহস সিয়ে তোমাক দিব্যজ্ঞান লাভত সহায় হ'ব " এই আর্শীবচনে নিত্যানন্দৰ অনুসন্ধিৎসুতাক দুগুণে বঢ়ালে।

Title: অবুচালগগিব আছিল নিত্যানন্দৰ। সকলো। তাব এনে এটা শিল বা সুবণ নাই যি তেওঁ স্পৰ্শ অনুভৱ কৰা নাই। অবিবাম ধ্যানমগ্ন হৈ নিত্যানন্দই অবুচালত সময় ব্যতীত কৰে, অবুচালৱ মোহনীয় ৰূপত তেওঁৰ মোহ যায়। সততে ভাহি থাকে ঐশ্বৰিক পোহৰ। (বঘুপতিযোগী আৰু (মাতৃ) কৃপামলে ধ্যানস্থ নিত্যানন্দৰ বক্ষতো ফটোৰ তুলি ৰাখিছিল।)

Page 13

Title: অস্তিত্বব তুলিকা

Title: "বোধয়ালোকক ভেদোম্ব হ'ওঁত মুঠ খোলা, তুমি তাবে বৈ থকা নদীখন অনুভৰ কৰিবা পাবিবা ; যদিহে ধৰিব খোজা, তুমি হেৰুৱালা।

Title: —নিত্যানন্দদেব।

Title: ১২ বছৰ বয়সৰ সময়ত এদিন নিত্যানন্দই অৱশ্যাচলনিগিবিৰ এটা শিলত বহি ধ্যানত মগ্ন হ'ল। আৰু মালই স্বামীগলে তেওঁক শিকাইছিল কোনে মানুহৰ মনলৈ চিন্তাবোব আহে। সেইদিনা তেওঁ তাবে পৰীক্ষা কৰিছিল। লাহে লাহে তেওঁ নিজকে হেৱৰাই পেলালে। তেওঁৰ নিজৰ ভাষাত, "হঠাতে যেন মোৰ অন্তৰ্ব আকাশ মুকলি হৈ গ'ল। চকু মুদা যদিও মই, চাবিওফালে ৩৬০ ডিগ্ৰী ঘূৰি মোৰ দুষ্টিগোচৰ হ'ল। অকাল মোৰ গাৱ ভিতৰতে নহয়, অন্যত্রও মই একে জীৱনীশক্তিৰ অনুভৱ কৰিলো। মই অনুভৱ কৰিলো মই জী আছো শিলাত, গছ-গছনিৰত, ফুলত। মই জী আছো মোৰ টৌপাশৰ জড় আৰু চেতন-সৰ্বত্ৰ।

Title: আজি

Subtitle: অৱশ্যাচলনিগিবিত ধ্যানমগ্ন নিত্যানন্দ

Title: যি শিলাত বহি নিত্যানন্দই এই মহান অনুভূতি পাইছিল, এতিয়া "নিত্যানন্দ অনুয়াৰী" সকলে বছৰবি সেই শিলাখণ্ড স্থান কৰায়।

Title: সেইয়া আছিল মোৰ জীৱনৰ প্ৰথম প্ৰগাঢ় অনুভৱ। এইয়ে মোৰ অন্তৰ্লৈ সকলোৰে প্রতি গভীৰ ভাল পোৱা আৰু আত্মীয়তাৰ অনুভৱ আনিলে। জীৱনৰ প্রতি শ্ৰদ্ধা বাঢ়িল। প্ৰতি জীৱ, যেনেকৈ আছে, মোট হিতো হিতোৱা পালো। সেইটোৱেই মোৰ প্ৰথম উপলব্ধি, যিটোৱে মোক বিচলৈ দিব্য জ্ঞান পৰাৱত পাথেৱ হ'ল। আৰু একমাত্ৰ এই অনুভৱ সংসাৰৰ সকলো প্ৰকাৰৰ আধ্যাত্মিক, আত্মগত, ভাগৱত-খণ্ডৱকে নৈতিকভাৱে কৰিব দিয়ো।

Title: নিত্যানন্দৰ এই প্ৰথম আধ্যাত্মিক অনুভূতি হৈছিল বুদ্ধ পূর্ণিমাৰ দিনা সন্ধ্যা আগমনৰ সময়ত। তামিল পঞ্জিকাৰ বৈকাটিমাহ্ (মে-জুন ইংৱাজীমতে)

Page 14

Title: তেখেতৰ নাম নিত্যানন্দ

Title: হায়েনা আক্রমণৰ নাম

Subtitle: বিকট ভয়

Title: (Primal Therapy এটা আধুনিক চিকিৎসা বিধান য’ত বিকট চিঞৰৰ সহায়ত চেপা খাই থকা ক্ষণাত্মক ভাৰবোৰ নাশ কৰা হয় ।)

Title: ৫৬

Page 15

Title: তেখেতৰ নাম নিত্যানন্দ

Title: পাঠশালা গমন— এক লৌমিত্তিক কার্য

Title: টিকোনো কাষ মনোময়োগেৰে কবিলে ধ্যান হয়। তেতিয়া জীবনটোৱেই হয় ধ্যানস্থক।

Title: —নিত্যানন্দদেৱ।

Title: পাঠশালা গমন— নিত্যানন্দৰ বাবে এক লৌমিত্তিক কার্যহে আছিল। তেওঁৰ পঢ়াৰ মুখ্য বিষয় বস্তু আছিল আৰু পদার্থবিদ্যা আছিল। কিন্তু তাব টোকাবহীত আছিল ‘মন্ত্র’ আৰু পূজাবিধি। কায়ব চিক্রত তেওঁৰ মন্ত্র ডায়ৰীৰ এখিলা পাত দিয়া হৈছে। তাত পূজা বিধিব চিত্রিত ৰূপহে আছে। এইখনৰেহে এতিয়া তেখেতৰ শিষ্য বৰ্হি পূজা কৰে। সেই বম বয়সতে তেওঁ এই ঐশ্বৰিক মনোবৃ্ত্তি এক আশ্চৰ্যৰ বিষয়।

Title: নিত্যানন্দৰ পঢ়াশলীয়া বন্ধুইতে তেওঁক জোকায়—“এইবোৰ ( পূজা পাতল, ধ্যান) কৱি জীৱনত কিনো কৰিবলৈ ?”

Title: তেওঁ মাথো মিচিকিয়াই হাঁহি কয়, “হ’ব, সময়ত দেখিবলৈ নহয় ?”

Title: টোকা বহী আৰু মন্ত্র ডায়েৰী

Title: আজি

Title: “মই সৰু থাকোতে সদায় এটুকুৰা ঠাই বিচাৰিছিলো য’ত মই আময়া আনন্দৰ সন্ধান পাব পাৰো। মই ইয়াৰ সন্ধানত সুদীৰ্ঘ ন বছৰ কটালো। কিন্তু নাপালো। যি পাইছিলো সি আছিল ক্ষণিক, ভঙ্গুৰ। এতিয়া, জ্ঞানলাভৰ পিচত মই প্রথথমতে যুৱ সমাজকে তেনে এক স্থানৰ সন্ধান দিব বিচাৰিছো।

Title: গুৱকুল আৰু Life Bliss Technology প্রগ্ৰাম তাৰে ফচল। ইয়াৰ যুৱবৰ্গই অসীম মাত্রাত অৰ্ঘ্যণ আৰু আবিষ্কাৰ কৰিবলৈ শিকে। কাম নকৰাকে কেনেকৈ কাম কৰিব পাৰি, গভীৰ বিবেক শক্তিবে কেনেকে জীবনত আময়া আনন্দ পাব পাৰি, শিকে।

Title: —নিত্যানন্দদেৱ

Title: ১৬

Page 16

Title: তেখেতৰ নাম নিত্যানন্দ

Publisher: গুৰুকুল

Subtitle: আনুষ্ঠানিক শিক্ষা

Publisher: জীৱন অমৃত আনন্দ প্রযুক্তিবিদ্যা (Life Bliss Technology)

ISBN: 59

Page 17

Title: তেখেতৰ নাম নিত্যানন্দ

Publisher: পোহৰৰ সন্ধানত

Subtitle: আশ্রম হ'ল শক্তিব ক্ষেত্র, তাব প্রতিটো পথব যাত্রাই অন্তঃমুখৰা ।

Publisher: — নিত্যানন্দদেব

Title: গৃহত্যাগ

Subtitle: নিত্যানন্দৰ গৃহত্যাগৰ ইচ্ছা ক্রমান্বয়ে প্রবল হ'বলৈ ধৰিলে। এদিন নিশা সন্তর্পণে ঘৰ এৰিলে। এৰিলে চলি থকাৰ গতানুগতিক জীবনধাৰা, অবিলম্বে প্রবেশ কৰিলে তেওঁ ইংপিত জীবনধাৰাত। নিত্যানন্দই তেওঁৰ সিদ্ধান্তটো মাকক জনাব বিচাৰিছিল। তেওঁৰ মাৰুভক্তি আছিল অনুপম ; সেয়ে তেওঁ চাই আছিল যাতে তেওঁৰ গৃহত্যাগৰ ফলত মাতৃৰ মনব কষ্ট নহয়। তেওঁ সেই নিশা দহমান বজাত মাতৃৰ কাষ চাপি সুধিলে, “মা মই মবিলে তুমি কি কৰিবা?” মাকে ক'লে, “তই নো কি আপেদীয়া কথা কৰা। ক'চোন কি হৈছে?” নিত্যানন্দই উত্তৰ দিলে, বিশেষ এটা হোৱা নাই সুধি চালো আৰু” মাকে অলপ উৎসাহিত হৈ ক'লে, “মই নো কি কৰিব পাৰো ? যদি তেনে কিবা হয়, সহিবই লাগিব আৰু।” তেতিয়া নিত্যানন্দই তেওঁৰ কথা ক'লে। মাতৃৰ হৃদয় কান্দোনত ভাঙি পৰিল। দুখৰ্তি চকুলো নিগৰি বৈ গ'ল। উচুপি উচুপি মাকে ক'লে, “মই জানিছিলো, তই এদিন এৱি ঠাই যাবিগৈ” তেওঁ মাকক সুধিলে যে তেওঁ যোবাতো মাকে সঁচাকৈয়ে নিবিচাবে নেকি ? এইবেলি কিছুসংগত হৈ মাকে ক'লে, “নাই, তেনে নহয়। মই জানো তই যাবি ; যা, তই মনে প্রাণে ইচ্ছা কৰা জীবনটোক লগৈ। মই তোক বাখিব নোৱাৰো আৰু তই যোবাতো মাক হৈ মই কেনেকৈ সহ্য কৰিম। সেয়ে কান্দিছোৱে বোপা।”

Publisher: মাতৃ হৃদয়ৰ কান্দোনৰ মোলা মুজি মাকে আৰু বুজাতো, নিত্যানন্দৰ পথাৰি নিদিলে ; বৰং বিদায়হে দিলে। মাতৃৰ মহানতাত অভিভুত হ'ল বাহাল থাকিল।

ISBN: ১৮

Page 18

Title: ভাবত আবু নেপাল পবিত্ৰক্ৰমা

Title: সকলো মগন ভৈইথৈ সত্ৰা-এনাজিব আবাসস্থলী। তাত থাকিব পবাটোৰেই এক গভীৰ ধ্যান (সদৃশ)।

Title: অন্তৰৰ অগীম ইচ্ছা শক্তিয়ে নিত্যানন্দক ভাবত আবু নেপাল ভ্ৰমণত নমাই দিলে। হিমালয়ৰ তপোবনৰ পৰা দক্ষিণৰ কন্যাকুমাৰীলৈ, পাশিমৰ দ্বাবকৰ পৰা পূব দিশৰ কলকাতালৈ তেওঁ পবিত্ৰাজক (সাধুসন্তৰ ভ্ৰমণ) ৰূপে ন বছৰ কাল ভ্ৰমণ কৰি তেওঁৰ সত্ৰা চুড়ান্ত সত্ৰাব সৈতে মিলি যোৱাৰ অভিজ্ঞতা আহৰণ কৰিবলে। মুঠ আমণৰ প্ৰায় ৭০ হাজাৰ মাইলৰ কেই হাজাৰ মাইল তেওঁ পদব্ৰজে ভ্ৰমণ কৰিলে।

Title: মহা অবতাৰ বাবাজী

Title: মহা অবতাৰ বাবাজী হিমালয় নিবাসী সন্ন্যাসী। পবিত্ৰাজক নিত্যানন্দই হিমালয় ভ্ৰমণকালত বাবাজীৰ সন্ধে পায়। বাবাজীয়ে তেওঁক দৰ্শন দিয়ে আবু বাস্তৱাপৰ অন্তত তেওঁক ‘পবমহংস নিত্যানন্দ’ বুলি সংবোধন কৰে। পিচলৈ সেয়ে নিত্যানন্দৰ পৰিচয়াত্মক অভিধা হয়।

Title: আজি

Title: নিত্যানন্দদেৰ সময়ে সময়ে তেখেতৰ শিষ্যপুত্ৰক লৈ হিমালয়লৈ আবু তীৰ্থস্থ উচ্চস্তৰীয় আধ্যাত্মিক শিবিৰলৈ যায়। এই আধ্যাত্মিক ভ্ৰমণৰ যোগেদি তেখেতে প্ৰতি লোকৰ অন্তৰত উচ্চতম সত্ৰাব উপলব্ধিৰ স্পৃহা জগায়।

Title: ২০০৭ চনত হিমালয় দৰ্শন

Title: ১৯

Page 19

Title: তেখেতৰ নাম নিত্যানন্দ

Title: পবিবাজক কালছোবাত নিত্যানন্দদেৰে এটা কমগুলুত পানী লয়। তাত প্রথমতে এই ব্ৰহ্মাক্ষ পপখুলামটো জলুবিয়াই পানীত থকা উর্জা (energy) জোখে। সেই মতে উপযুক্ত গণ্য কৰিলেহে পানী খায়।

Title: তেওঁপকে এটী গোবৰা বস্তৰে বেগ লৈ ফুৰে। তাতে পবিত্ৰ ভাব বাখে।

Title: পবিবাজক কালছোবাত পিষ্ণা ব্ৰহ্মাক মালাব গুটি কেইটামান

Title: প্রথম আবোগ্য আশ্রয়

Title: হিমালয়ৰ ১৭ হাজাৰ ফুট উচ্চত থকা তপোবনৰ পৰা এখন মিলিটৰী ট্ৰাকত উঠি নিত্যানন্দ তলৰ কেম্পলৈ নামি আহোঁতে ট্ৰাকখন এটা খালত সোমোৱাত লুটি খালে। তেওঁ উফফি লৈ লোহাত পবিল, হাড় ভাগিল। মিলিটৰী ডাক্তৰে তেওঁক হস্পিতেলত ভৰ্তি কৰাই পোন্ধৰ দিনৰ জিৰণৰ উপদেশ দিলে। তেওঁ সেই উপদেশ নামানি, দুখ পোৱা ঠাইত নিজৰ হাত বুলাই দি নিজ পথৰে গুটি গ'ল আৰু হবিঘৰ পালে। তাতে এৰাবে কৰি দেখা গ'ল যে তেওঁৰ হাড় ভাঙিছিল চিন নাই। নিত্যানন্দ নিজেই আৰোগ্য হ'ল। পিচত নিত্যানন্দৰ হাতৰ যাদুকৰী শক্তিত হাজাৰজনক উপকৃত কৰিলে।

Title: আজি

Title: নিত্যানন্দদেৰে নিত্য স্পিবিচুৰেল হিলিং চার্ভিচ (Nithya Spiritual Healing Service) ৰ যোগেদি এই আবোগ্য সেবা হাজাৰজনলৈ আগবঢ়াই আহিছে।

Page 20

Title: তেখেতৰ নাম নিত্যানন্দ

Title: মণিকৰ্ণিকা ঘাট, বাৰাণসী — মৃত্যু জয়

Title: বাৰাণসীৰ গঙ্গাতীৰৰ মণিকৰ্ণিকা ঘাটক অতি পবিত্র গণ্য কৰা হয়। ইয়াতে শৱ দাহ কৰিলে আত্মাই মুক্তি পায় বুলি অনেকোলৰ পৰা বিশ্বাস চলি আহিছে। অন্য এক বিশ্বাস মতে শিৰই ইয়াব পৰা বিশ্ব বচনা কৰিছিল।

Title: ইয়াতে গভীৰ ধ্যানত বহি নিত্যানন্দই 'মৃত্যু' অভিজ্ঞতা অর্জন কৰিলে। সাধৰণ মানুহে সৱাতোকেই অধিক ভয় কৰা (অথাৎ নিশ্চিত) মৃত্যুক তেওঁ জয় কৰিলে।

Title: গঙ্গা তীৰত মণিকৰ্ণিকা ঘাট বাৰাণসী

Title: সন্যাসী জীৱনৰ পবিৰাজক ৰূপেৰে ঘূৰি ঘূৰি শেহত ২২ বছৰ বয়সত নিত্যানন্দই সিদ্ধি লাভ কৰে। কায়ব চিত্ৰখন দিব্যজ্যোতি লাভ কৰাৰ পিচতে লোরা তেওঁৰ প্ৰথম চিত্ৰ। চকুত আৱৰ তিবিবিধি শেষ হ'ল; তাব ঠাই ল'ৰে সমিহিত পৰমশান্তি দুৰ্শিয়ে। জন্মপত্র মতে অভিহিত বাজশেখৰণ এতিয়াৰ পৰা হ'ল 'পৰমহংস নিত্যানন্দ'।

Title: আজি

Title: নিত্যানন্দদেৱে কয় : 'আধ্যাত্মিক স্তৰত মানুহৰ আধ্যাত্মিক বিকাশত প্ৰচুৰ অভিঞ্জ্ঞা যোগায়।' প্ৰাণচৰ্য প্ৰশিক্ষণ কাৰ্যসূচীৰ অংশকপে তেখেতে আংশগ্ৰহণকাৰীসকলক ভিক্ষা খুজিবলৈ পঠিয়ায়। তেখেতে কয়, 'সন্যাসীৰ ভিক্ষা গ্ৰহণ এক উপায়- আৱেগিক ভাৱৰোবৰ পৰা মুক্তি পোৱা। ভিক্ষা খুজিলে ভিক্ষা পোৱাতো আনন্দ নাই; নাই নিবানন্দ। নোপোৱাতো।'

Page 21

Title: তেখেতৰ নাম নিত্যানন্দ

Title: দিব্যজ্ঞান লাভৰ আবন্তিৰ দিনচেৰেক

Title: চৰম সত্যৰ আদৰ্শ হাতৰ নিৰ্দেশিত নিত্যানন্দদের মধ্যপ্রদেশৰ ওম কাৱেশ্বৰব পৰা দক্ষিণ ভাৰতৰ তিৰুমলনাড়ু পালৈদেই। তাতে কাৱেশ্বৰ তীৰ্থ এটী পজাত আশ্রম ললৈ। কায়ব গৰীৱ ভক্তবৃন্দই দিন বাতিব সিধা দিলে। তাবেথেকে পেট প্রবর্তই। বছতোৰ বোৗগীব বোগ নিবাময় কৰিলে। তেখেতে নিত্য হোম যজ্ঞ কৰাব উপৰিও সমূহীয়াকৈ বা স্ত্রী-পুৰুষীয়াকৈ লোকক ধ্যানব শিক্ষা দিলে। যুবক সন্ন্যাসীব বোৗগ নিবাময় কৰাৰ কথা বন জুই বিয়পাদি বিয়পিল। জনসামাগাম দিন প্রতিদিন বাঢ়িবলৈ ললৈ। লগে লগে বাড়িল তেখেতৰ সেবাকাৰ্য।

Title: এটা সংকল্পনা (VISION) ৰ প্রস্ফুটন

Title: "মই অময়া আনন্দলাভ এক উপায় উলিয়াইছো। মোৰ মিশন হ'ল পতিতক বাড়়ক বজ্জক যে তেওঁ অন্যন আকৌ অসীম। আকৌ সেয় হ'ল তেওঁব আচল অময়া আনন্দ ।"

Title: —নিত্যানন্দদের

Title: নিত্যানন্দদেৱৰ অন্তৰ্দৃষ্টিৰে তেখেতৰ হ'বলগীয়া আশ্রমব ভূমিখণ্ডৰ সন্ধান পাইছিল। বাঙালোৱৰ উপকণ্ঠত ৬০০ বছৰীয়া এজোপা বটবৃক্ষৰে সমৃদ্ধ এই ভূমিখণ্ড, লোক সমাজত 'জীৱ সমাধি' নামেৰে জনাজাত আছিল। কিয়নো এগৰাকী মহান পুৰুষৰ একালৰ আবাসস্থলী আছিল সেই ঠাই। নিত্যানন্দদেৱৰ স্থিতি জন্মদিনৰ দিনাই বাঙালোৱৰ বিডিভ সেই ভূমিত "নিত্যানন্দ ধ্যানপীঠ"ৰ আনুষ্ঠানিক শুভাৰম্ভ হ'ল। এই শুভাবম্ভ অনেক আধ্যাত্মিক সাধু আৰু বাজনৈতিক নেতাই দর্শন কৰিলে। পৃথিৱীত এক নবীন আধ্যাত্মিক আধাৰশিলা ৰোপণ হ'ল।

Page 22

Title: তেখেতৰ নাম নিত্যানন্দ

Publisher: আজি

Title: নিত্যানন্দদেব, বিশ্বৰ হাজাৰজন মানৱবাবৈ, প্রবাদ পুৰুষ, দিব্যজ্ঞানী মনীষী। তেখেতৰ সতা উপলব্ধিৰ গপৰত ভিত্তি কবি, তেখেতে মানৱসমাজব প্রতিজনলৈ আগবঢ়াইছে অনুপম উপহাৰ Technol-ogy of Bliss (অময়া আনন্দৰ প্রযুক্তিবিদ্যা)।

Title: তেখেতব নির্দেশিত উপায়ে মানুহক দৈহিক, মানসিক আবু আধ্যাত্মিক শক্তি দিয়ে। তেখেতৰ উপায় প্রয়োগ কবি অতি কম সময়ত পৃথিবীব আগগণ্য লোকে অভিনব পবিবর্তন অনুভৱ কবিছে।

Title: সুজনীমূলক আবু উৎপাদনমুখী জীবন নির্বাহব বাবে লাগতিয়াল সৰ্বজ্ঞান তেখেতে দিছে, যাব ফলত মানুহব জীবন পৃথিজ্ঞান বা উন্নেজনাব পবিবৰ্তে স্বজ্ঞা আবু স্ববুদ্ধিব দ্বাবা পবিচালিত হয়। বাস্ত পবিহিত সমর্পণব হ'বলৈ আবু জীৱনত অফুবন্ত জ্ঞানৰলৈ সফল হ'বলৈ তেখেতে পথ দেখুৱাইছে। তেখেতৰ প্রগামব শিকনি হ'ল স্বাভাবিক অবস্থা লোৱা অর্থাৎ ধ্যান কৱা।

Title: নিত্যানন্দদেবে কৈছে, “ধ্যান হ'ল মুল চাবিকাঠি যিয়ে বস্তুবাদী সংসাৰত সাফল্যব কপাট খুলি দিয়ে আবু অশু জগতব সকলোৰ সুবাব মুকলি কৱে l” তেখেতৰ কিটিপ কপাট খুলি দিয়ে আবু অশু জগতব সকলোৰ সুবাব মুকলি কৱে l” তেখেতৰ কিটিপ আব প্রণালীবোবে, য'ত ধ্যান নিহিত আছে, মানুহব আন্তৰাত্মাক জাগাই তোলে, বিকশিত কবি তোলে- অতি কম সময়তে।

Title: নিত্যানন্দদেবৰ বিজ্ঞানীব সৈতে, গবেষকব সৈতে বিচাৰ বিমৰ্ষ কবি বহস্যৰাদব বিজ্ঞানভিত্তিক বুত্রান্ত নথিযুক্ত কৱে। তেখেতৰ আধ্যাত্মিক প্রক্রিয়াবোৱে টিকিঙসা বিজ্ঞানীকো বিমোৰ পেলাইছে। তেওঁলোকে অনেক পর্যবেক্ষণৰ পবা নিশ্চিত হৈছে যে, তেখেতৰ (নিত্যানন্দদেৱৰ) পস্থাব কিছুক্ষোগ যেনে- হঠাৎ বোগ, কেলাব, আর্থবাইটিছ, মদাপান আদিব ভেলান্ত ভাল ফল পাব পাবি।

Title: ১৫

Page 23

Title: তেখেতৰ নাম নিত্যানন্দ

Publisher: লাইফ ব্লিছ ফাউণ্ডেশ্বন

Title: 'Life Bliss Foundation' হ'ল নিত্যানন্দৰ বিশ্বজোৰা আন্দোলন— ধ্যান আৰু পৰিবৰ্তন আৰু পৰিমাৰ্জনৰ। মাত্ৰ ২০০৩ চনত আৰম্ভ হোৱা এই ফাউণ্ডেশ্বৰৰ বাৰ্তামানে ৩৩ দেশত ১০০০ অধিক কেন্দ্ৰ প্রতিষ্ঠা হৈ গৈছে। ব্যক্তিব পৰিবৰ্তনৰে সমষ্টিব পৰিবৰ্তনেই হ'ল এই ফাউণ্ডেশ্বনৰ মূল ধাৰণা।

Title: নিত্যানন্দ মেডিটেশ্বন একাডেমী

Title: বিন্দুবনী আশ্ৰমৰ পবিত্র বটবৃক্ষজোপা

Subtitle: এই একাডেমীৰে বনস্বাদী জগত আৰু আধ্যাত্মিক জগতৰ মিলন ঘটাই এক আময়। আনন্দৰ জীৱনৰ সন্ধান দিয়ে— য'ত ৰচনাত্মক বোধশক্তি গভীৰ সজাগতাৰ পৰা উৎত্বৰ হয়।

Title: হায়দৰাবাদ আশ্রম (ভাৰত)

Subtitle: তদুপৰি বিশাল জনসমুদায়ৰ আশা আকাংক্ষা, কল্পনাক সাকাৰ কৰাৰ অর্থ আনেক নবীন প্রকল্প লোৱা হৈছে ; নতুনকৈ একাডেমী অনেক ঠাইত প্রতিষ্ঠা কৰা হৈছে।

Title: কলম্বাচ আশ্রম, আহাইও', আমেৰিকা

Page 24

Title: তেখেতৰ নাম নিত্যানন্দ

Publisher: আনন্দেশ্বৰ মনিব গৰ্হস্থ, বিনাদী আশ্রম

ISBN: 979-8-88572-646-7